Tag Archives: assam


কৰ’ণা আক্ৰান্তৰ সংখ্যাৰে ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে গুৱাহাটী মহানগৰ। আজিৰ তাৰিখলৈ গুৱাহাটীত বৰ্তমান কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৮গৰাকী। ইয়াৰে ৩৬ গৰাকী কামৰুপ মেট্ৰ’ বাকি ২ গৰাকী কামৰুপ গ্ৰাম্যৰ। প্ৰতিদিনেই বাঢ়ি গৈ আছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। ইয়াৰে সৰহ সংখ্যকৰেই নাই কোনো Read more…


প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰক নিষ্ঠুৰ আখ্যা দিয়ে। আচ্ছা দিনৰ পৰিৱৰ্তে খাৰাব দিন হে আহিছে এই চৰকাৰৰ দিনত। কিয়নো শ্ৰমিকক বিশেষ ৰে’ল অথবা যাত্ৰী বিশেষ ৰে’ল দিয়াৰ পিছতো Read more…


মহা বিপদত পৰিছে অসমৰ ২৪ জন যুৱক। মহাৰাষ্ট্ৰৰ পৰা অসমলৈ উভতাৰ পথত উত্তৰ প্ৰদেশত আৱদ্ধ হৈ পৰিছে যুৱক কেইজন। লকডাউনৰ বাবে আৱদ্ধ হৈ পৰা যুৱককেইজনে বাছযোগে অসম অভিমুখী যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু মাজ বাটতে লাগিল কেনা। বিকল হৈ পৰিল বাছখনৰ Read more…