আগন্তুক বিধানসভা নিৰ্বাচন সমাগত । এই সময়চোৱাত নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে বিভিন্ন দল সংগঠন নেতা আদি । ইয়াৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলাইছে শুকুৰ আলীয়েও । কিন্তু ৰূপহীহাটত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি শুকুৰ আলীৰ খং । শুকুৰৰ অভিযোগ ৰাইজে পৰা বহু সহাৰি লাভ Read more…


প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল! প্ৰেমৰ বাবে কত কি? প্ৰেমে একোৰে বাধা নামানে। এইবাৰ তাৰে প্ৰমাণ দিলে এগৰাকী যুৱতীয়ে। প্ৰেমৰ বাবেই যেন সকলাে পাহৰি প্ৰেমিকক বিচাৰি সুদূৰ বাংলাদেশত উপস্থিত হ’ল অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ টপাৰ পথাৰ গাঁৱৰ এগৰাকী Read more…


অভিনেত্ৰী পায়ল ঘোষৰ এটা মন্তব্যই সমগ্ৰ বলিউডতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে অভিনেত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে। লগতে উল্লেখ কৰিছে যে অনুৰাগ কাশ্যপে তেওঁক কৈছিল, ”শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো এটা সাধাৰণ কথাত পৰিণত হৈছে। ইয়াৰ দ্বাৰাহে ছবি Read more…


সময়ৰ গতিত বিশ্বত সংঘটিত কিছু ঘটনাই বিভিন্ন লোকক আচৰিত কৰি তোলে। কেতিয়াবা এনে কিছু ঘটনাৰ আমি সাক্ষী হওঁ যি ঘটনাই কেৱল আমাক আচৰিতে নকৰে, আমাৰ চৌপাশত সংঘটিত ঘটনাৰ প্ৰসংগত অধিক ভাবিবলৈ বাধ্য কৰে। তেনে এটা ভিডিঅ’ই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধুমুহাৰ Read more…


Gold Silver Price Today – সোণ আৰু ৰূপৰ নতুন মূল্য জাৰি কৰা হৈছে। টকা দুৰ্বল হৈ পৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰত দাম বৃদ্ধি হোৱাৰ কাৰণে ঘৰুৱা বজাৰত সোণৰ দাম বৃদ্ধি পাইছে।  নতুন দিল্লীঃ সপ্তাহটোৰ প্ৰথম দিনটোত সোণৰ মূল্য তীব্ৰ গতিৰে বৃদ্ধি Read more…


প্ৰতি মাহৰ আৰম্ভনিতে ৰন্ধন গেছৰ (LPG GAS) মূল্য নিৰ্ধাৰণ কৰা হয়। আনহাতে প্ৰতি দিনে পুৱা পেট্ৰ’ল–ডিজেলৰ নতুন নিৰিখ জাৰি কৰে তৈল কোম্পানীসমূহে। ৰন্ধন গেছৰ নতুন মূল্য নিৰ্ধাৰণ। প্ৰতি মাহৰ আৰম্ভনিতে ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ কৰা হয়। ছেপ্তেম্বৰ মাহৰ কাৰণে জাৰি Read more…


এই মন্তব্য কৰি শিক্ষামন্ত্ৰীয়ে কয়- “২০০৬ৰ প্ৰাদেশিকীকৰণ আইন মতে কোনো লোকে প্ৰাদেশিকীকৰণৰ বাবে কলেজ স্থাপন কৰাটো আইনমতে দণ্ডনীয়৷ কলেজ চৰকাৰে স্থাপন কৰিব৷’ অপ্ৰাদেশীকৃত কলেজক প্ৰাদেশিকীকৰণ কৰা আৰু চৰকাৰী নীতি সন্দৰ্ভত কেতবোৰ স্পষ্ট নীতি-নিৰ্দেশনা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ Read more…


Philippineৰ ভিডিঅ’ এতিয়া কেৱল দেশখনতে নহয়, পৃথিৱীৰ অন্যান্য দেশটো হ’ল ভাইৰেল। কোৰোণা মহামাৰীৰ সন্ত্ৰাস চলি থকাৰ বাবে এতিয়া অনলাইনৰ জৰিয়তেই মিটিং এটেণ্ড কৰিছে বহু কৰ্মচাৰীয়ে। Zoom ভিডিঅ’ কনফাৰেন্স এপৰ জৰিয়তে এতিয়া ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে চৰকাৰী বা ব্যক্তিগতখণ্ডৰ বহু কৰ্মচাৰীয়ে মিটিঙত Read more…


শ্ৰমিক স্পেচিয়েল ৰে’লত আহমেদাবাদৰ পৰা বিহাৰলৈ আহি থকা এগৰাকী মহিলাৰ মৃতদেহ বিহাৰৰ মোজাফৰপুৰ ষ্টেশ্যনত পৰি আছিল। সেই সময়তে মৃত মাকক এটা কণমানি শিশুৱে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰি আছিল কাৰণ কণমানি শিশুটোৱে হয়তো মৃত্যু কি বুজিব পৰা হোৱা নাছিল। এই Read more…


অতিকে ভয়ংকৰ হৈ পৰিছে অসম ৰাজ্যৰ বৰ্তমান পৰিস্থিতি। ক্ৰমান্বয়ে আগবাঢ়িছে শতকৰ দিশে। এখন এখন কৈ এতিয়া ৰাজ্যৰ প্ৰতিখন জিলাতেই পোৱা গৈছে কভিড আক্ৰান্ত ৰোগী। এইবাৰ মহামাৰী কভিডত আক্ৰান্ত ৰোগী পোৱা গৈছে শিৱসাগৰ আৰু শোণিতপুৰতো। স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই Read more…